সদস্য বাৰ্তা:Debabrot
নমস্কাৰ, Debabrot
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
প্রভাকৰ শৰ্মা নেওগ 10:52, 14 অক্টোবৰ 2011 (UTC)
আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1
[সম্পাদনা কৰক]আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শইকীয়া) 19:58, 22 জানুৱাৰী 2012 (UTC)
মণিৰাম দেৱান
[সম্পাদনা কৰক]আপুনি বৰ সুন্দৰ বিষয় এটা বাচি লৈছে| কিন্তু মাত্ৰ এশাৰী লিখিয়েই কিয় ৰাখিলে| অনুগ্ৰহ কৰি এইটো বিস্তাৰ কৰক| নহলে ৱিকিপিডিয়াৰ নীতি অনুসৰি এইটো বিলোপ কৰা হ’ব| কিবা সহায় লাগিলে জনাব| বিষ্ণু শইকীয়াবাৰ্তা 14:00, 21 এপ্ৰিল 2012 (UTC)
- দেবব্ৰত গগৈৰ লগত ব্যক্তিগত ভাৱে হোৱা বাৰ্তালাপত তেখেতে "মণিৰাম দেৱন" প্ৰবন্ধটো বহলাই লিখিব বুলি জনাইছে, গতিলে প্ৰশাসক সকলক উক্ত প্ৰবন্ধটো বিলোপ কৰাৰ ক্ষেত্ৰত অলপ সময় অপেক্ষা কৰিবলৈ ইয়াৰে অনুৰোধ জনোৱা হ'ল। Jyoti Prakash Nath (talk) 15:44, 21 এপ্ৰিল 2012 (UTC)
- অ’ মই সেয়ে বিলোপ বাৰ্তা লগোৱা নাই| কিতু ৱিকিপিডিয়াৰ নিয়ম ৰক্ষা কৰি সাঁচটো লগাই থৈছো আৰু| এখেত আমাৰ দেবুদা নেকি? মোৰ অলপ খেলিমেলি আছিল| এতিয়া দূৰ হ’ল দিয়া| বিষ্ণু শইকীয়াবাৰ্তা
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
[সম্পাদনা কৰক]Greetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.