কেনোপনিষদ
অৱয়ব
কেনোপনিষদ চাৰিটা খণ্ডত সম্পূৰ্ণ এখন উপনিষদ। এই উপনিষদত প্ৰধানকৈ ব্ৰহ্মাৰ স্বৰূপ নিৰ্ণয় কৰা হৈছে। শাস্ত্ৰীয় দিশৰ পৰা এইখন উপনিষদৰ গুৰুত্ব অসীম বুলি গণ্য কৰা হয়।
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- ভাৰত-কোষ, হৰিনাথ শৰ্মা দলৈ
- অসমীয়া সংস্কৃতিৰ সম্ভাৰ, মৃগেন শৰ্মা