[go: up one dir, main page]

সমললৈ যাওক

কলিকতা জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কলিকতা জিলা
কলকাতা জিলা
Calcutta District
স্থানাংক: 22°34′22″N 88°21′50″E / 22.5726723°N 88.3638815°E / 22.5726723; 88.3638815স্থানাংক: 22°34′22″N 88°21′50″E / 22.5726723°N 88.3638815°E / 22.5726723; 88.3638815
Country  ভাৰত
State West Bengal
Division Presidency
মুখ্য কাৰ্যলয় কলিকতা
চৰকাৰ
 • Lok Sabha constituencies Kolkata Dakshin, Kolkata Uttar, Jadavpur
 • Vidhan Sabha constituencies Kolkata Port, Bhabanipur, Rashbehari, Ballygunge, Chowranghee, Entally, Beleghata, Jorasanko, Shyampukur, Maniktala, Kashipur-Belgachhia, Tollyganj
কালি
 • মুঠ 185 km2 (71 sq mi)
জনসংখ্যা
 (2011)
 • মুঠ 44,96,694
 • ঘনত্ব 24,000/km2 (63,000/sq mi)

কলিকতা জিলা (ইংৰাজী: Kolkata district) হৈছে ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ এখন জিলা, যাৰ মুখ্য কাৰ্যালয় কলিকতাত অৱস্থিত।

জনগাঁথনি

[সম্পাদনা কৰক]

২০০১ চনৰ লোকপিয়ল অনুসৰি কলিকতা জিলাখনৰ জনসংখ্যা ৪,৪৯৬,৬৯৪ জন,[3] যি প্ৰায় ক্ৰোৱেচিয়া ৰাজ্য[4] বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্য লুইজিয়ানাৰ সমান।[5] ২০১১ চনত জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৩৫তম স্থান লাভ কৰিছে।[3] জিলাখনৰ জনসংখ্যাৰ ঘনত্ব ২৪,২৫২ জনবসতি প্ৰতি বৰ্গ কিল’মিটাৰতre (62,810 /sq mi)।[3] ২০০১-২০১১ চনলৈকে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল −১.৮৮%।[3] কলিকতা জিলাৰ ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ৮৯৯জন,[3] আৰু সাক্ষৰতাৰ হাৰ আছিল ৮৭.১৪%। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জনসংখ্যা ক্ৰমে ৫.৩৮% আৰু ০.২৪%।[3]

আদি গংগাৰ সৈতে কালিঘাট কালি মন্দিৰ, ১৮৮৭
কলিকতা জিলাৰ ধৰ্মসমূহ (২০১১)[6]
হিন্দু
  
৭৬.৫১%
ইছলাম
  
২০.৬০%
অধাৰ্মিক
  
১.০৯%
খ্ৰীষ্টিয়ান
  
০.৮৮%
অন্যান্য
  
০.৯২%
কলিকতা জিলাৰ ধৰ্মসমূহ
ধৰ্ম জনসংখ্যা (১৯৪১)[7]:75 শতাংশ (১৯৪১) জনসংখ্যা (২০১১)[6] শতাংশ (২০১১)
হিন্দু 1,551,512 73.57% 3,440,290 85.26%
ইছলাম 497,535 23.59% 926,414 20.60%
খ্ৰীষ্টান 16,431 0.78% 39,758 0.88%
অন্যান্য [টোকা 1] 43,413 2.06% 90,232 2.01%
মুঠ জনসংখ্যা ২,১০৮,৮৯১ ১০০% ৪,৪৯৬,৬৯৪ ১০০%

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 jsessionid=JzdD9RHb7aMY5esZPtcsIVLy "Fact and Figures". Wb.gov.in. https://wb.gov.in/portal/web/guest/facts-and-figures; jsessionid=JzdD9RHb7aMY5esZPtcsIVLy। আহৰণ কৰা হৈছে: 5 July 2019. 
  2. "52nd Report of the Commissioner for Linguistic Minorities in India". Ministry of Minority AffairsNclm.nic.in. পৃষ্ঠা: 85. http://nclm.nic.in/shared/linkimages/NCLM52ndReport.pdf। আহৰণ কৰা হৈছে: 5 July 2019. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 30 September 2011. 
  4. US Directorate of Intelligence. "Country Comparison:Population". Archived from the original on 27 September 2011. https://web.archive.org/web/20110927165947/https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html। আহৰণ কৰা হৈছে: 1 October 2011. "Croatia 4,483,804 July 2011 est." 
  5. "2010 Resident Population Data". U. S. Census Bureau. Archived from the original on 27 December 2010. https://archive.today/20101227010452/http://2010.census.gov/2010census/data/apportionment-pop-text.php। আহৰণ কৰা হৈছে: 30 September 2011. "Louisiana 4,533,372" 
  6. 6.0 6.1 "Table C-01 Population by Religion: West Bengal". Registrar General and Census Commissioner of Indiacensusindia.gov.in. 2011. https://censusindia.gov.in/nada/index.php/catalog/11396/download/14509/DDW19C-01%20MDDS.XLS. 
  7. "CENSUS OF INDIA, 1941 VOLUME VI BENGAL PROVINCE". https://dspace.gipe.ac.in/xmlui/bitstream/handle/10973/37365/GIPE-020591.pdf?sequence=3&isAllowed=y। আহৰণ কৰা হৈছে: 13 August 2022. 


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্‌ পোৱা নগ'ল